মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পূৰ্বে কোন আছিল মাধৱ? কেনেকৈ লগ পাইছিল তেওঁ গুৰুজনাক? জীৱনৰ আৰম্ভণিৰে পৰা নানান সংঘাতৰ সন্মুখীন হোৱা মাধৱ আছিল ভীষণভাৱে শাক্ত। শক্তিৰ উপাসক এইজনা মনিষীয়ে কেনেদৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ভাৰ নিজৰ কান্ধত তুলি লৈছিল? জীৱনৰ দুখ কষ্ট, সংঘাতৰ মাজেৰে মাধৱৰ পৰা মাধৱদেৱ হোৱালৈকে এক অনুপম জীৱন গাঁথা 'প্ৰেম অমৃতৰ নদী'।
© 2021 Storyside IN (Audiobook): 9789354347689
Release date
Audiobook: 23 August 2021

Step into an infinite world of stories
Overall rating based on 5 ratings
Thought-provoking
Mind-blowing
Page-turner
Download the app to join the conversation and add reviews.
Showing 1 of 5
Sanjeev
24 Jan 2022
প্ৰিয় উপন্যাসিক মালিক ছাৰৰ সৃষ্টি অতুলনীয়। শুনি বৰ ভাল পালো। ঝুনাকংকন ভূঞাৰ কণ্ঠত যাদু আছে। যি একেৰাহে শুনি থাকিলেও আমনি নালাগে।
English
India